ৰ এজেন্ত সান্তা সীং আই এচ আইৰ সদস্য হল ৷ সান্তা খান হৈ দিনত পাকিস্তানৰ কাম কৰে, ৰাতি ভাৰতলৈ খবৰ পঠাই৷ মানে সাংঘাতিক কাম কৰি আছে ৷ এদিন সান্তাৰ বচে টিমক এতা সন্ত্ৰাসবাদী প্ৰষীক্ষন শীবিৰলৈ লৈ গল ৷ কিবা বোলে আউতবাউন্দ আচে ৷ তাত বিৰাত আয়োজন ৷ ভাৰত পাকিস্তানৰ খেল আচে ৷ ডাঙৰ ৰ্পদাত ভাৰতৰ পৰাজয় চাব ৷ আৰম্ভ হল ৰাস্ট্ৰীয় সংগীত ৷ পাকিস্তানৰ সংগীত বাজোতে সকলোয়ে ঠিয় হৈ চেলুট দিলে ৷ লেঠা হল ভাৰতৰ ৰাস্ট্ৰীয় সংগীতৰ সময়ত ৷ সান্তা সীং দেশপ্ৰেমী মানুহ লগতে ৰ এজেন্ত ৷ ঠিয় হৈ চেলুট নিদিলে দেশৰ অপমান, দিলে ঠিয়াই মৃত্তু ৷ সান্তা সীং কেনেকে বাচি আহিল বাৰু?
 
 
No comments:
Post a Comment