Wednesday, June 26, 2013

বিষ্ণুৰাভা, বাকি আছে বহুত ৰাতি

সপোন বোৰ বন্ধকত থৈ
সময়ৰ পৰা কিনো নিশাটি
এটা আধা লিখা ব্লগ
এটি অৰ্থহীন কবিতা
আৰু কল্পনা বিলাসী মন

বিষ্ণুৰাভা, বাকি আছে বহুত ৰাতি

সান্তা সীং

এজেন্ত সান্তা সীং আই এচ আইৰ সদস্য হল সান্তা খান হৈ দিনত পাকিস্তানৰ কাম কৰে, ৰাতি ভাৰতলৈ খবৰ পঠাই৷ মানে সাংঘাতিক কাম কৰি আছে এদিন সান্তাৰ বচে টিমক এতা সন্ত্ৰাসবাদী প্ৰষীক্ষন শীবিৰলৈ লৈ গল কিবা বোলে আউতবাউন্দ আচে তাত বিৰাত আয়োজন ভাৰত পাকিস্তানৰ খেল আচে ডাঙৰ ৰ্পদাত ভাৰতৰ পৰাজয় চাব আৰম্ভ হল ৰাস্ট্ৰীয় সংগীত পাকিস্তানৰ সংগীত বাজোতে সকলোয়ে ঠিয় হৈ চেলুট দিলে লেঠা হল ভাৰতৰ ৰাস্ট্ৰীয় সংগীতৰ সময়ত সান্তা সীং দেশপ্ৰেমী মানুহ লগতে এজেন্ত ঠিয় হৈ চেলুট নিদিলে দেশৰ অপমান, দিলে ঠিয়াই মৃত্তু সান্তা সীং কেনেকে বাচি আহিল বাৰু?