Saturday, April 13, 2013


এদিন বহাগ আহিব বুলি
ৰৈ আছে আশাৰ বৰষুণ জাক
মন তাৰ উৰণীয়া
বিচাৰি যাই তাইৰে সুবাস

No comments: