Friday, April 25, 2014

তিৰ মান দাস

বত􀆳মান 􀆱ত􀄙ুলকাৰৰ অৱসেৰ 􀆱গােটই 􀆱দশবাসীেক ভাবুক কিৰ তুিলেছ ৷
􀆱মাৰ কাৰেণ পােছ ি􀂟েকট 􀆱খলৰ 􀆲সেত পিৰচয় 􀆲হিছল 􀆱বনচন এ􀄙 􀆱হেজজ কাপৰ সময়ত ৷ 􀆱সই 􀄴িতেযািগতাত ৰিব
শা􀆎ীেয় 􀆱ছি􀅐য়ন অৱ 􀆱ছি􀅐য়ন িহচােব এখন অিড গাড়ী লাভ কিৰিছল ৷ 􀆱সই সময়ত 􀆱খলুৈৱ সকেল 􀆱মাক বা􀆩ৈকেয়
আকিষ􀆳ত কিৰিছল ৷ তাৰ লগেত ধাৰািবৱৰিণ িদয়া ভাষ􀂖কাৰ সকেলও 􀆱মাক সমােনই আকিষ􀆳ত কিৰিছল ৷ িবেশষৈক
িৰিছ 􀆱বনও, আয়ান 􀆱ছেপল আ􀆩 টনী 􀆱􀂲েগ 􀆱মাৰ ইংৰাজীৰ শ􀅀 ভা􀄙াৰত যেথ􀅻 􀄴ভাৱ 􀆱পলাইিছল ৷
‘􀆱􀃸েমনডাছ’ (Tremendous) 􀆱বালা এটা ইংৰাজী শ􀅀 􀆱মাৰ বৰৈক পচ􀄙 হ’ল ৷ পচ􀄙 হ’ল মােন এেন লগা হ’ল 􀆱যন
এই ‘􀆱􀃸েমনডাছ’ 􀆱বালা শ􀅀েটা 􀆱মাৰ 􀄴াত􀂖ি􀆟ক জীৱনৰ এটা অংগ 􀆲হ পিৰল ৷ 􀆱মাক যিদ মােয় 􀆱সােধ, ‘‘পাৰৰ মাংসৰ
আ􀃘া 􀆱কেন 􀆲হেছ ?’’ মই এেকা িচ􀄜া নকৰাৈক উ􀃳ৰ িদওঁ, ‘􀆱􀃸েমনডাছ’ ! 􀆱খিল থােকােত ভিৰ 􀆱মােচাকা খাই দুখ
পােল মই িচঞিৰ উেঠা, ‘উ􀇌 ! িক 􀆱􀃸েমনডাছ িবষ !’ িবয়াৰ িঠক 􀆱হাৱাৰ পাছত মাহীেদউক চাবৈল আিহল 􀆱মাৰ ভািব
মহােদউ ৷ 􀆱দখা কিৰবৈল 􀆱যাৱা আেগেয় মাহীেয় 􀆱মাক সুিধেল, ‘‘অই 􀆱তাৰ মহােটা 􀆱কেনকুৱা লািগল ?’’ মই িক উ􀃳ৰ
িদেলা আপুিন িঠেকই অনুমান কিৰব পািৰেছ ৷
􀆱মাৰ পিৰয়ালৰ 􀆱লাকসকল তথা 􀆱মাৰ ব􀄥ু বা􀄥ব সকেলােৱ 􀆱মাৰ এই ‘􀆱􀃸েমনডাছ’ 􀄴ীিতত 􀆱বছ আেমাদ পাইিছল ৷
অিত 􀆱সানকােলই ‘􀆱􀃸েমনডাছ’ 􀆱মাৰ ডাক নামত পিৰণত হ’ল ৷ পােছ খাৰেখাৱা অসমীয়া মুখত ‘􀆱􀃸েমনডাছ’ শ􀅀েটা
হ’ল 􀆲গ ‘িতিৰ মান দাছ’ ! পিৰি􀆐িত সােপে􀂢 􀆱তওঁেলােক 􀆱মাক নাম ‘িতিৰ’, ‘মান’ বা ‘দাছ’ বুিল সে􀅔াধন কিৰবৈল
ধিৰেল ৷
এিদন মই 􀆱মাৰ িনজৰ কামত ব􀂖􀆌 আিছেলা ৷ হঠােত 􀆱মাৰ ব􀄥ুেৱ এজন লৰ মািৰ আিহ 􀆱মাক এটা সাংঘািতক খবৰ
িদেল ৷ চুবুৰীৰ সমবয়সীয়া ল’ৰা 􀆱কইজনমান 􀆱হেনা চাইেকল অিভযানত পাগলািদয়া অিভমুেখ যাব ৷ মই 􀆱তওঁেলাকৰ
লগত যাম 􀆱নিক জািনবৈল িবচািৰেল ৷ মই যিদও িনজৰ কামেতই ব􀂖􀆌 আিছেলা তথািপও লগৰ ল’ৰাৰ লগত
পাগলািদয়াৰ পাৰৈল 􀆱নােযাৱা 􀆲ক থািকব লগা কামেতা ব􀂖􀆌 নািছেলা ৷ তৎ􀂢ণােত 􀆱মাৰ এভন চাইেকলখন উিলয়াই
মেয়া অিভযানকাৰী দলৰ লগ ল’􀆱লা ৷
পাগলািদয়াৰ মসৃণ বলুকাত আিম ি􀂟েকট 􀆱খিল আেপানেভালা হ’􀆱লা ৷ 􀆱খলৰ লেগ লেগ মই অৱেশ􀂖 ভাষ􀂖কাৰৰ 􀄏ািয়􀃼
পালন কিৰ 􀆱খলৰ ধাৰািবৰিণও িদ আিছেলা ৷ নকেলও হ’ব 􀆱মাৰ মুখৰ পৰা সঘনাই ‘􀆱􀃸েমনডাছ ছট বা বল বা আন
িকবা’ ওলাবৈল ধিৰিছল ৷ িফি􀄙ং কিৰ থােকােত মই মােজ মােজ অকনমান সময় 􀆲ৰ িদওঁ যােত 􀆱মাৰ ধাৰািবৰিণ
সুকলেম সমা􀄮 কিৰব পােৰা ৷ 􀆱মাৰ ধাৰািবৰিণ 􀅭িন ব􀄥ুবগ􀆳েয়া 􀆱বছ আেমাদ পাইিছল ৷
যিদ 􀆱কেনবাৈক ধাৰািবৰিণ িদ থকা অৱ􀆐াত 􀆱মাৰ ভিৰৰ তেলেৰ বলেটা সৰিক বাউে􀄙ৰীৰ পাৰ 􀆲হ যায় 􀆱তিতয়া 􀆱সই
ব􀄥ুবগ􀆳েয় 􀆱মাক ‘িতিৰ’ বুিল ধমক িদেয় ৷ আনহােত যিদ ধাৰািবৰিণ িদ থকা অৱ􀆐াত মই 􀆱কেনবাৈক 􀆱কছ এটা ধিৰ
িদওঁ 􀆱তিতয়া 􀆱মাক ‘মান’ বুিল উদগিণ 􀆱যাগায় ৷
􀆱খল চিল থকাৰ মাজেত 􀆱কােনা এক ব􀄥ু মগজুত 􀆱খলােল 􀆱য পাগলািদয়াৰ পানীত নািম গােটা িতয়াই ল’ব পািৰেল
ি􀂟েকট 􀆱খলৰ আেমজ আ􀆩 বািঢ়ব ৷ অিত 􀆱সানকােলই এজাক 􀆱ডকা ল’ৰাই 􀆱তওঁেলাকৰ সকেলা সংেকাচ (আ􀆩 লগেত
িপি􀄥 থকা কােপাৰ) বাদ িদ পাগলািদয়াৰ বুকুৈল জাপ িদেল ৷ পাগলািদয়াত সােতাৰা মােনই িবপদ চপাই 􀆱লাৱা ৷ ওপেৰ
ওপেৰ চােল পাগলািদয়াৰ পানী 􀆱বছ শা􀄜 􀆱যন লগা পাগলািদয়াৰ 􀆱কাৱাল 􀆱সাঁেত অিত 􀆱সানকােলই আমাৰ ব􀄥ু এজনক
উটুৱাই িন 􀆱কােনাবাখন 􀆱পাৱাৈল 􀆲গ ৷ 􀆝ৱাদুৱা লািগল ! আমাৰ মাজত সাতুিৰব জনা এজেনা নািছল ৷ িকংকত􀆳ব􀂖
িবেমাৰৈহ আিম ভয়েত িচঞিৰবৈল ধিৰেলা ৷ ইিপেন পানীৰ মাজত আমাৰ ব􀄥ুজেন ওপিঙ থািকবৈল আ􀄴াণ 􀆱চ􀅻া
চলাইেছ ৷ 􀆱সৗভাগ􀂖􀂟েম 􀆱কইজনমান 􀆱খিতয়ক আিম িথয় 􀆲হ থকা ঠাইিখনৰ ওচৰেৰ পথাৰখনেত আিছল ৷ আমাৰ
িচঞৰ 􀅭িন 􀆱তওঁেলাক 􀆱দৗৰ মািৰ আিহল আ􀆩 পানীৈল বুিল জাপ িদেল ৷ অিত 􀆱সানকােলই পানীৰ মাজৰ পৰা আিহ
আমৰ ব􀄥ু সুকলেম পাৰ পােল ৷ পাগলািদয়াত নািম গা ধুবৈল 􀆱যাৱাৰ বােব 􀆱খিতয়াকেকইজেন আমাক বা􀆩ৈকেয় দািব-
ধমিক িদেল ৷ আেদশ িদয়াৰ দেৰই 􀆱তওঁেলেকা আমাক তৎ􀂢ণাত 􀆱সই ঠাই এিৰ যাবৈলেকা ক’􀆱ল ৷ আিম সকেলা 􀆱সই
সময়ত 􀆱বছ ভীিত􀂲􀆌 􀆲হ আিছেলা ৷ গিতেক ততাৈতয়াৈক 􀆱সই ঠাইৰ পৰা যাবৈল সাজু হ’􀆱লা ৷
􀆱তেনেত 􀆱খিতয়ক 􀆱কইজনমানৰ এজেন সুিধেল, িতিৰমান দাস কুিন হা??’’
􀆱মাৰ আটাইেকইজন ব􀄥ুেৱ 􀆱মাৰ িদেশ চােল ৷
‘‘এটু তুমাৰ সঁচা নাম না ?’’
এই 􀄴􀅱েটা 􀅭িন 􀆱মাৰ এজন ব􀄥ু ৰ’ব 􀆱নাৱািৰেল ৷ 􀆱তওঁ ততািলেক উ􀃳ৰ িদেল, ‘‘হয়, হয় ৷’’
‘‘তুিম ম􀆌 ভাল 􀆱খল হান পাউ ৷ তাহােত তুমাৰ নাম 􀆲ল আটাহ পািৰ আেছ. ।’’
‘‘নাই মােন ……..’’
‘‘তুমাৰ িপেত কুিন?’’
‘‘নলবাৰী কেলজৰ 􀄴েফচাৰ ৷’’
‘‘অ' হেৰণ দাস ছাৰৰ আপা িনিক ?’’
মই িকবা ক’বৈল 􀆱পাৱাৰ আগেতই ভােল মােন মূৰ তল ওপৰ হ’বৈল ধিৰেল, ‘‘হয় হয়, হেৰন দাসৰ চিল ৷’’ মই আঁৰ
চকুেৰ চােয় বুিজেলা িকছু 􀂢ণ আগৈলেক মৃতু􀂖ভয়ত আতুৰ 􀆲হ থকা 􀆱মাৰ ব􀄥ুসকল এিতয়া এই ‘হেৰন দাস হেৰন দাস’
􀆱খলত ব􀂖􀆌 􀆲হ পিৰেছ ৷ কথা 􀆱বিছ আগবািঢ়ব িনিদ মই 􀆱মাৰ আচল নামেটা আ􀆩 􀆱মাৰ 􀆱দউতাৰ নামেটা 􀆲ক িদেলা ৷
􀆱খিতয়কেকইজন পােছ 􀆱মাৰ কথাত নহ’ল ৷ 􀆱তওঁেলােক 􀄴􀅱 কিৰেল, ‘‘􀆱তইতা হিল িতিৰ মান দাস কুিন 􀆱ত ?’’
‘‘􀆱তওঁ ভাৰতীয় ি􀂟েকট দলৰ এজন নতুন তাৰকা !’’ বুিল 􀆲ক আিম তাৰ পৰা িবদায় ল’􀆱লা ৷